পঙ্কিল পৰশ

শেলুৱৈ আবৰা সমাজৰ 
আকাশী পথত এজাক 
শগুন পিচলি পৰিল ।
শিয়ালৰ হোৱাত 
সমাজ গঢা মানুহৰ পাখি গজিল ।
প্ৰবঞ্চকৰ প্ৰগলভতাত প্ৰৰোচিত,
 নিস্পেষিত কেচা তেজৰ শিৰ্নতাত
 আৰু প্ থিবীৰ উৰ্বৰতাত
 অগনি জলিল ।
পেটৰ পুৰনি কমোৱা শস্য়্যবোৰে
 নেতিবাচক সমাজৰ বলিশালত 
মাত্ ত হেৰুৱালে ।
আৰু কোনোবা এটি 
এন্ধাৰ গলিত সমাজৰ 
প্ৰতাৰক বোৰে 
বুভুক্ষা তৰুণীৰ কুচ কূম্ভত 
দুগ্ধ সাগৰৰ জোৱাৰ তুলিলে ।

(সঙগ্ৰহিত)

Comments

  1. J.R.V. Casino & Resort, Las Vegas, NV - JTM Hub
    J.R.V. 전라남도 출장마사지 Casino 김포 출장안마 & Resort, Las Vegas, NV. J.R.V. Casino & Resort is a Resorts 세종특별자치 출장마사지 hotel and casino resort located 의왕 출장안마 in Las Vegas, 서울특별 출장안마 Nevada,

    ReplyDelete

Post a Comment

Popular Posts