নিঃসংগতা
যেতিয়া মনটোক কপাই তোলে
ভাবনাৰ এটি মিঠা শিহৰণে ,
ফাগুনৰ বতাহত দিশহাৰা
হোৱা কহুৱা ফুলৰ দৰে ।
ভাৰাক্ৰান্ত জীৱনৰ ক্লান্তিবোৰে
অলক্ষিতে আনি দিয়ে অনিচ্চুক অলসতা ।
নিঃসংগতাই আনি দিয়ে ব্যাধিগ্ৰস্থ জীৱনৰ
অসংগতিপূৰ্ণ নিঃসংগ চেতনা ।
তথাপিও নিঃসংগতাৰ সীমাহীন পৰিধিত প্ৰত্যাশা ৰ প্ৰতিতি বিচাৰি ,
এই মোৰ জীৱন সংগ্ৰাম ।
আছো ৰই ,
কোনোবা অজান মুলুকৰ
এগৰাকী েপ্ৰ য়সীৰ আপে ক্ষাত ।
ভাবনাৰ এটি মিঠা শিহৰণে ,
ফাগুনৰ বতাহত দিশহাৰা
হোৱা কহুৱা ফুলৰ দৰে ।
ভাৰাক্ৰান্ত জীৱনৰ ক্লান্তিবোৰে
অলক্ষিতে আনি দিয়ে অনিচ্চুক অলসতা ।
নিঃসংগতাই আনি দিয়ে ব্যাধিগ্ৰস্থ জীৱনৰ
অসংগতিপূৰ্ণ নিঃসংগ চেতনা ।
তথাপিও নিঃসংগতাৰ সীমাহীন পৰিধিত প্ৰত্যাশা ৰ প্ৰতিতি বিচাৰি ,
এই মোৰ জীৱন সংগ্ৰাম ।
আছো ৰই ,
কোনোবা অজান মুলুকৰ
এগৰাকী েপ্ৰ য়সীৰ আপে ক্ষাত ।
Comments
Post a Comment