শিৰোনাম

শিৰোনাম

এপলক চালো ওভতি
কত যে খাইচিলো উ জুতি,
আজি বিদ্ৰোহ উঠিছে জাগি মনৰ এচুকত
ওমিয়াম হ্ৰদৰ সিপাৰে চোৱা,
ডোবা বেলিটিক যেন
খাই পেলাব ধৰিচে আকাশ খনে
নিস্তব্ধ নিৰলঙ্কুস ভাবে ৰৈ থকা পানীখিনিলৈ
চোৱানা
সি কিবা ভাব গধুৰ চিন্তাত মগ্ন ।
সি যদি ভাবিছে  মোৰো যদি ৰঙ থাকিল হেতেন ।
আজিও সেই ৰহস্য়ঘন প্ৰশ্নৰ পম খেদি ৰৈ আছো কোনোবা অজান মুলুকৰ এগৰাকীৰ আপেক্ষাৰ ক্ষন গনি ।
নিৰবে চকুলো বয় ওমিয়ামৰ পাৰত ।
উদ্দিগ্নতাৰে ভৰা এক বুজাব নোৱাৰা অনুভূতি
কাৰণ চকুলো যে মোৰ একান্ত ব্যক্তিগত ।

Dr Lakshya j Kakati
Contact: 8486979847

Comments

Popular Posts